অ’টিপিৰ জৰিয়তে ধন উলিওৱাৰ সুবিধা কেৱল এছবিআইৰ এটিএমতহে উপলব্ধ কাৰণ নন এছবিআই এটিএমসমূহত নেচনেল ফিনান্সিয়েল ছুইচ তৈয়াৰ নহয়। অ’টিপি ছিষ্টেম–জেনেৰেটেড নিউমাৰিক ষ্ট্রিং যিয়ে এবাৰৰ বাবে ধন লেনদেনৰ প্ৰমাণৰ ক্ষেত্ৰত সহায় কৰিব। গ্ৰাহকসকলে এটিএমৰ পৰা উলিওৱা টকাৰ পৰিমাণ লিখাৰ পিছতে এটিএমৰ স্ক্ৰীণত অ’টিপি বিচাৰিব। নিজৰ ৰেজিষ্টাৰ্ড মোবাইল অহা অ’টিপি তাত বহুৱাব লাগিব।