২১ জাঁই বন্দুকৰ গুলীৰ চেলুটেৰে আৰম্ভ হয় পেৰেড। তাৰ পিছত ভাৰতীয় বায়ুসেনাৰ ৪৫ খন বিমানে আকাশত শৌৰ্য্য প্ৰদৰ্শন কৰে। নৌসেনাৰ এখন বিমান আৰু সেনাবাহিনীৰ ৪খন হেলিকপ্টাৰেও এই পেৰেডত অংশগ্ৰহণ কৰে। ৰাফেল, জাগুয়াৰ, ডাকোটা, আপাচি, ডৰ্নিয়াৰে আকাশত গৰ্জন কৰি উঠিল।(ANI)