দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে ৰাখীবন্ধন। যুগে যুগে ভায়েকৰ হাতত ৰাখী পিন্ধাবলৈ ঈশ্বৰৰ ওচৰত দীৰ্ঘায়ু প্ৰাৰ্থনা কৰে ভগ্নীসকলে। ইয়াৰ মাজতে চৰ্চালৈ আহিছে এগৰাকী বায়েকৰ কাহিনী। যি ভায়েকৰ সপোন পূৰণ কৰিবলৈ বহু কষ্ট স্বীকাৰ কৰিছিল। তেওঁ আৰু আন কোনো নহয়, ভৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ বায়েক ভাৱনা কোহলী।