Home » photogallery » nation »Viral News: এইখন গাঁৱৰ লোকৰ অধিকাংশ উপাৰ্জন হয় ইউটিউবৰ পৰা, গাওঁখনৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ইউটিউবাৰ

Viral News: এইখন গাঁৱৰ লোকৰ অধিকাংশ উপাৰ্জন হয় ইউটিউবৰ পৰা, গাওঁখনৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ইউটিউবাৰ

Viral News, YouTube Video: যোৱা কেইবছৰমানৰ পৰা উপাৰ্জনৰ বহু পৰিৱৰ্তন হৈছে। এতিয়া মানুহে নিয়মীয়া ৯-৫টা চাকৰিৰ পৰিৱৰ্তে সৃষ্টিশীল ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী। ২০২০ চনৰ পৰা ইউটিউব ভিডিঅ’ৰ জৰিয়তে উপাৰ্জন কৰা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। ছত্তীশগড়ৰ ৰায়পুৰৰ এখন গাঁৱত ৪০০০ জনসংখ্যাৰ ভিতৰত ১০০০ লোকে ইউটিউব চেনেলক উপাৰ্জনৰ উৎস হিচাপে লৈছে।

শেহতীয়া বাতৰি