News18ৰ আগত নিকিতাই কয় যে বিগত বৰ্ষৰ নৱেম্বৰত সেনা বাহনীৰ অ’মেন এন্ট্রী ফৰ্ম ফিলআপ কৰিছিল। নিজৰ চেষ্টাৰ বলত ইতিমধ্যে মেডিকেল পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছে নিকিতা। এতিয়া মাৰ্চত প্ৰকাশ পাবলগীয়া মেৰিট লিষ্টলৈ অপেক্ষা কৰিছে নিকিতাই। (Photo : News18)