Home » photogallery » nation »এবছৰ পূৰ্বে শ্বহীদ স্বামীক চুমা দি কৈছিল ‘আই লাভ ইউ বিভূ’, সেইগৰাকী নিকিতা ভৰ্তি হ’ব সেনাত

এবছৰ পূৰ্বে শ্বহীদ স্বামীক চুমা দি কৈছিল ‘আই লাভ ইউ বিভূ’, সেইগৰাকী নিকিতা ভৰ্তি হ’ব সেনাত

যেতিয়া শ্বহীদ স্বামীৰ নিথৰ দেহত চুমা খাই ‘আই লাভ ইউ বিভূ’ বুলি কৈছিল প্ৰতিজন লোকৰে চকুৰ পৰা নিগৰি আহিছিল অশ্ৰু। দেশৰ বাবে প্ৰাণ দিয়া স্বামীক ছেল্যুট জনাই সাহসিকতা আৰু ধৈৰ্যৰো প্ৰমাণ দিছিল মেজৰ বিভুতি ঢৌণ্ডিয়ালৰ পত্নী নিকিতাই।

শেহতীয়া বাতৰি