Home » photogallery » nation »Sex Rakcet Exposed : ধাবাত চলি আছিল দেহ ব্যৱসায়, ৩ বিদেশী যুৱতীসহ গ্ৰেপ্তাৰ ১২, চাওক ফটো

Sex Rakcet Exposed : ধাবাত চলি আছিল দেহ ব্যৱসায়, ৩ বিদেশী যুৱতীসহ গ্ৰেপ্তাৰ ১২, চাওক ফটো

Sex Rakcet Exposed in Murthal: ৯ গৰাকী যুৱতী দিল্লীৰ, তিনিগৰাকী উজবেকিস্তান, তুৰ্কী আৰু ৰুছৰ বাসিন্দা। আন এটা দলে ব্লাউন ষ্ট’ন ধাবাত অভিযান চলাই জুৱা খেলি থকা ৯ যুৱকক গ্ৰেপ্তাৰ কৰে।