বিজ্ঞাপন
মুখ্যপৃষ্ঠা / ফটো / দেশ / PM মোদীয়ে জন্মদিনৰ দিনা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিলে চিতা বাঘ, কেমেৰাৰে তুলিলে ফটো ...

PM মোদীয়ে জন্মদিনৰ দিনা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিলে চিতা বাঘ, কেমেৰাৰে তুলিলে ফটো ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নামিবিয়াৰ পৰা অনা চিতা বাঘবোৰ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ (কেএনপি) এক বিশেষ বেষ্টনীত মুকলি কৰে। শনিবাৰে ৭২ তম জন্মদিন উদযাপন কৰি থকা প্ৰধানমন্ত্ৰী মোদীয়ে চিতাবোৰক কেএনপিৰ এক বিশেষ বেষ্টনীত এৰি দিয়াৰ পিছত চিতাবোৰ লাহে লাহে পিঞ্জৰাৰ পৰা ওলাই অহা দেখা গৈছিল। ১৯৫২ চনত, চিতাক ভাৰতত বিলুপ্ত ঘোষণা কৰা হয়।

01
Prime Minister Narendra Modi releases the cheetahs-(0)

Prime Minister Narendra Modi releases the cheetahs-(0)

02
Prime Minister Narendra Modi releases the cheetahs-2

Prime Minister Narendra Modi releases the cheetahs-2

03
Prime Minister Narendra Modi releases the cheetahs-5

Prime Minister Narendra Modi releases the cheetahs-5

04
Prime Minister Narendra Modi releases the cheetahs-6

Prime Minister Narendra Modi releases the cheetahs-6

05
Prime Minister Narendra Modi

Prime Minister Narendra Modi

  • Prime Minister Narendra Modi releases the cheetahs-(0)
    05

    PM মোদীয়ে জন্মদিনৰ দিনা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিলে চিতা বাঘ, কেমেৰাৰে তুলিলে ফটো ...

    Prime Minister Narendra Modi releases the cheetahs-(0)

    MORE
    GALLERIES