Home » photogallery » nation »J&K leaders-Modi meeting: জম্মু-কাশ্মীৰৰ ওপৰত মহাবৈঠকত ৰাজ্যৰ নেতাসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ...

J&K leaders-Modi meeting: জম্মু-কাশ্মীৰৰ ওপৰত মহাবৈঠকত ৰাজ্যৰ নেতাসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ...

Prime Minister Modi Meeting with Jammu Kashmir leaders: আজি প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ প্ৰায় দুবছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ আঠটা ৰাজনৈতিক দলৰ ১৪ জন নেতাক সাক্ষাৎ কৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কাশ্মীৰী নেতাসকলৰ এখন বৈঠক হয়।