নিজৰ টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "Got my second dose of the COVID-19 vaccine at AIIMS today. Vaccination is among the few ways we have, to defeat the virus. If you are eligible for the vaccine, get your shot soon," – অৰ্থাৎ আজি এইমছত নিজৰ কোভিড–১৯ ভেকচিনৰ দ্বিতীয় পালি পালো। এই ভাইৰাছক পৰাজিত কৰাৰ বহু উপায়ৰ মাজত ভেকচিন অন্যতম। আপুনি যদি ফেকচিন পোৱাৰ যোগ্যতা লাভ কৰিছে তেন্তে ভেকচিন গ্ৰহণ কৰক।’’