Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 4


মহিলাগৰাকী নিজেই সন্তানসম্ভৱা। নতুনকৈ আৰু এটি প্ৰাণ পৃথিৱীলৈ আনিব। কিন্তু ইয়াৰ মাজতে ভয়ংকৰ ঘটনা ঘটালে মহিলাগৰাকীয়ে। আল্লাহক সন্তুষ্ট কৰিবলৈ আৰু স্বাৰ্থত্যাগৰ প্ৰমাণ দিবলৈ নিজৰ পুত্ৰ ওঁঠ কাটি হত্যা কৰে মাতৃয়ে। (প্ৰতীকী ফটো)
2/ 4


বিগত শনিবাৰে এই ঘটনা সংঘটিত হয় কেৰালাৰ পালাক্কাদ অঞ্চলত। আৰক্ষীৰ সূত্ৰ মতে, ছাহিদা নামৰ ৩০ বছৰীয়া মহিলাগৰাকী মাদ্ৰাছাৰ শিক্ষয়িত্ৰী। তেওঁ নিজেই ১১২ ইমাৰজেঞ্চী নম্বৰত ফোন কৰি পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। (প্ৰতীকী ফটো)
3/ 4


লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মহিলাগৰাকীয়ে ঘৰতে ৰৈ আছিল। আৰক্ষীক ঘৰৰ ভিতৰলৈ লৈ যায় অভিযুক্ত মহিলাগৰাকীয়ে নিজেই। বাথৰুমৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ৬ বছৰীয়া শিশুটিৰ ওঁঠ কটা আছিল আৰু দুই ভৰি বন্ধা আছিল। (প্ৰতীকী ফটো)