Home » photogallery » nation »Covid 19: কোভিডৰ তৃতীয় ভেকছিনটোৰ মূল্য কিমান ? ভেকছিনৰ মূল্য সলনি হৈছে, বুষ্টাৰ পালি লোৱাৰ পূৰ্বে বিশদ জানক ...

Covid 19: কোভিডৰ তৃতীয় ভেকছিনটোৰ মূল্য কিমান ? ভেকছিনৰ মূল্য সলনি হৈছে, বুষ্টাৰ পালি লোৱাৰ পূৰ্বে বিশদ জানক ...

Covid 19: ১৮ বছৰৰ অধিক বয়সৰ লোক আৰু দ্বিতীয় ভেকছিন গ্ৰহণ কৰাৰ ৯ মাহ পিছত লোকসকলে কৰোনা ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। শুক্ৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই ঘোষণা কৰিছে।

  • |