Home » photogallery » nation »২৩ মহলাৰ অট্টালিকাত গাৰ নোম শিয়ৰি উঠা বিপজ্জনক ষ্টাণ্ট! তিনি যুৱকক বিচাৰি আৰক্ষীৰ অনুসন্ধান

২৩ মহলাৰ অট্টালিকাত গাৰ নোম শিয়ৰি উঠা বিপজ্জনক ষ্টাণ্ট! তিনি যুৱকক বিচাৰি আৰক্ষীৰ অনুসন্ধান

এই ভিডিঅ’ দেখি শিয়ৰি উঠিছে বহুতেই। ন্যনতম সতৰ্কতা অৱলম্বন নকৰাকৈ ষ্টাণ্টৰ অনুকৰণ কৰিবলৈ গৈ পৰিব পাৰে বিপদত। সেইবাবেই আৰক্ষীয়ে অভিযোগ দাখিল কৰি নামিছে তদন্তত।