Home » photogallery » nation »PM মোদীৰ গুজৰাটত মেগা ৰোড শ্বো, আদৰণিৰ বাবে ওলাই আহিল জনসমুদ্ৰ

PM মোদীৰ গুজৰাটত মেগা ৰোড শ্বো, আদৰণিৰ বাবে ওলাই আহিল জনসমুদ্ৰ

PM Modi in Gujarat: উত্তৰ প্ৰদেশকে ধৰি চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ এদিন পিছতে প্ৰধানমন্ত্ৰী মোডী শুকুৰবাৰে নিজৰ গৃহ ৰাজ্য ভ্ৰমণত গুজৰাটত উপস্থিত হয়। গুজৰাটৰ বিধানসভা নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত হ'ব।