Home » photogallery » nation »Narendra Modi: নিৰ্বাচনী বিজয়ৰ পিছত গুজৰাটলৈ গৈ মাতৃ হীৰাবেনৰ আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰীয়ে।

Narendra Modi: নিৰ্বাচনী বিজয়ৰ পিছত গুজৰাটলৈ গৈ মাতৃ হীৰাবেনৰ আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰীয়ে।

PM Narendra Modi in Gujarat: উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাত বিজেপিয়ে ক্ষমতা বজাই ৰখাৰ এদিন পিছতে নিজৰ ৰাজ্য ভ্ৰমণলৈ অহা মোডীয়ে পঞ্চায়ত মহাসন্মিলনত ৰাজ্যখনৰ তিনিটা স্তৰৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ এক লাখতকৈও অধিক প্ৰতিনিধিক সম্বোধন কৰে।