প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শিশুসকলৰ প্ৰতি যথেষ্ট মৰম আৰু ভালপোৱা আছে। যেতিয়াই তেওঁ শিশুক লগ পায়, তেওঁৰ এক বিশেষ অনুভৱ হয়। চাওক... ২০২১ চনত প্ৰয়াগৰাজত শিশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদী। গ্লাছগোত ২০২১ চনত নৱেম্বৰত এগৰাকী ভাৰতীয় শিশুৰ সৈতে... ২০১৯ চনৰ ৭ ডিচেম্বৰত আৰ্মড ফোচেৰ্চ ফ্লেগ দ্যেত এই ফটো শ্বেয়াৰ কৰিছিল মোদীয়ে। ২০১৯ চনত ৰাখি পুৰ্ণিমাৰ দিনা শিশু অনুৰাগীৰ সৈতে মোদী। ২০১৮ চনৰ গান্ধী জয়ন্তীৰ এক সুন্দৰ মুহূৰ্ত। ২০১৮ চনত বাৰাণসীত প্ৰধানমন্ত্ৰী মোদী। ২০১৯ চনত বাল শক্তি পুৰষ্কাৰৰ সময়ত। সংসদৰ দলীয় কৰ্মীৰ নাতিনীক কোলাত লৈ প্ৰধানমন্ত্ৰী মোদী।