তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাদুৰাইলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাৰ্থনা জনায় মিনাক্ষী মন্দিৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাদুৰাইত উপাসনাৰ বাবে মীনাক্ষী অমন মন্দিৰত উপস্থিত হয়। তামিলনাডুৰ ২৩৪ খন বিধানসভা আসনৰ একক পৰ্যায়ৰ ভোটগ্ৰহণ ৬ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে।(PTI Photo) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইত বৃহস্পতিবাৰে উপাসনাৰ বাবে মীনাক্ষী অমন মন্দিৰলৈ যোৱাৰ দৃশ্য। (PTI ফটো)