Home » photogallery » nation »PM Modi In Varanasi: কাশী বিশ্বনাথ ধাম উদ্বোধনৰ পূৰ্বে গংগাত ডুব মাৰিলে প্ৰধানমন্ত্ৰীয়ে, কালভৈৰৱৰ উপাসনাও কৰিলে মোদীয়ে ...

PM Modi In Varanasi: কাশী বিশ্বনাথ ধাম উদ্বোধনৰ পূৰ্বে গংগাত ডুব মাৰিলে প্ৰধানমন্ত্ৰীয়ে, কালভৈৰৱৰ উপাসনাও কৰিলে মোদীয়ে ...

PM Modi In Varanasi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে গংগা নদীৰ কাষৰ ঘাটসমূহত ক্ৰুজৰ জৰিয়তে উন্নয়নমূলক কামবিলাক পৰিদৰ্শন কৰে। তেওঁ ইয়াত Kashi Vishwanath কৰিডৰ উদ্বোধন কৰিব।

শেহতীয়া বাতৰি