চন্দনে ফটোৰ দ্বিতীয় ছেট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ফটোৰ সৈতে চন্দনে লিখিছে – মই বেলেগ বেলেগ ধৰণৰ প্ৰেম দেখি ডাঙৰ হৈছো। কিছুমান নিজৰ পৰিয়ালত, কিছুমান বলীউদৰ চিনেমাত। যেতিয়া মই অলপ ডাঙৰ হৈছিলো তেতিয়া মই মোৰ যৌন লক্ষণৰ বিষয়ে জানিছিলো। মই কেতিয়াও নিজৰ দৰে মানুহৰ মৰম দেখা নাছিলো। মই আনন্দিত যে মই এই সুযোগ পাইছো। নিজৰ ভালপোৱাজনৰ সৈতে থকাৰ সুযোগ পাইছো।