নৱমীত পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম। দাম বৃদ্ধিৰ পিছত ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল দাম এতিয়া ১০৪.৭৯ টকা আৰু ডিজেলৰ দাম ৯৩.৫২ টকা। ধাৰাবাহিকভাৱে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ ফলত চাপ পৰিছে মধ্যবিত্ত পৰিয়ালসমূহৰ মাজত। মাহৰ প্ৰথম দহ দিনত পেট্ৰ’লত ২.৮০ টকা আরু ডিজেলত ৩.৩০ টকা বৃদ্ধি পাইছে। কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.৪৩ টকা আৰু ডিজেলৰ দাম ৯৬.৬৩ টকা। মুম্বাইত পেট্ৰ’ল–ডিজেলৰ দাম হৈছে ক্ৰমে ১১০.৭৫ টকা আৰু ১০১.৪০ টকা। চেন্নাইয়ে (Chennai Petrol Diesel Price Today) এক লিটার পেট্রোল ও ডিজেলের দাম হয়েছে ১০২.১০ টাকা ও ৯৭.৯৩ টাকা ৷ প্রতীকী ছবি ৷ গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৭৪ টকা আৰু ডিজেলৰ দাম ৯৩.১৬ টকা।