உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »Petrol Diesel Prices Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আপোনাৰ চহৰত আজি কিমান দাম পেট্ৰ’ল–ডিজেলৰ

    Petrol Diesel Prices Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আপোনাৰ চহৰত আজি কিমান দাম পেট্ৰ’ল–ডিজেলৰ

    Petrol Diesel Prices Today: দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত দাম কমিছিল তেলৰ। দীপাৱলীৰ পিছত এদিনো দাম বঢ়া নাই পেট্ৰ’ল–ডিজেলৰ।