এই ৰিপৰ্ট এতিয়া হোৱাইট হাউচত জমা কৰিছে ইউএছ এম্বেচাদৰ আট লাৰ্জ ফৰ ইণ্টাৰনেশ্যনেল ৰিলিজিয়াচ ফ্ৰীডম চ্যেমুৱেল ডি ব্ৰাউনব্যাকে। অভিযোগ অনুসৰি, চীনৰ প্ৰভাৱশালী নাগৰিকক সন্তুষ্ট কৰাৰ বাবে পাক অধিকৃত কাশ্মীৰৰ হিন্দু-খ্ৰীষ্টান যুৱতীক যৌনকৰ্মী হিচাপে পঠিয়াইছে পাকিস্তানে।