এই সমগ্ৰ ঘটনা চিচি টিভি কেমেৰাত ৰেকৰ্ড হয়। দেখা গৈছে যে, মহিলাৰ ডিঙিৰ পৰা হোৰাহোৰে তেজ ওলাইছে আৰু দোকানৰ চিড়িত পৰি যায় প্ৰিয়া আগৰৱালা নামৰ মহিলাগৰাকী। সন্মুখতে আছিল মহিলাগৰাকীৰ কণমানি জীয়ৰী। আনহাতে মহিলাগৰাকীক আক্ৰমণ কৰি সেই ঠাইৰ পৰা পলাই যায় যুৱকজন।