Home » photogallery » nation »NMACCৰ উদ্বোধনী অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল নীতা আম্বানী আৰু মুকেশ আম্বানী; অনুষ্ঠানটোত উপস্থিত থাকিল বলীউড–হলীউডৰ কেইবাগৰাকী তাৰকা

NMACCৰ উদ্বোধনী অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল নীতা আম্বানী আৰু মুকেশ আম্বানী; অনুষ্ঠানটোত উপস্থিত থাকিল বলীউড–হলীউডৰ কেইবাগৰাকী তাৰকা

মুম্বাইত শুকুৰবাৰে অৰ্থাত্‍ ৩১ মাৰ্চ, ২০২৩ত ‘নীতি মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল। আম্বানী পৰিয়ালৰ সকলো সদস্য এই অনুষ্ঠানত উপস্থিত আছিল। ইয়াত বিদেশী অতিথিসকলৰ ভিতৰত পেনেলোপ ক্ৰুজ (Penelope Cruz), টম হ'লেণ্ড (Tom Holland), জেণ্ডায়া (Zendaya), গিগি হাদিদ (Gigi Hadid) আৰু খ্ৰীষ্টান লৌবুটিন (Christian Louboutin) উপস্থিত আছিল।

শেহতীয়া বাতৰি