মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 4


বিয়াৰ পিছদিনাই মৰ্মান্তিক ঘটনা। বৈবাহিক জীৱন একেলগে কটোৱাৰ সপোন পূৰণ নহ’ল তেওঁলোকৰ। বিয়াৰ পিছদিনাই মৃত্যু হ’ল দৰাৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। (প্ৰতীকী ফটো)
2/ 4


স্থানী সূত্ৰে জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল সেই দম্পতীয়ে। বিয়াৰ পিছৰে পৰা অসুস্থ হৈ পৰিছিল লোকজন। ৪ ডিচেম্বৰত স্বামীক হেৰুৱাই নৱ বিবাহিত বোৱাৰীয়ে। অৱশ্যে মৃত লোকজন কোৰোণাত আক্ৰান্ত আছিলনে আন কাৰণ সেয়া এতিয়াও জানিব পৰা হোৱা নাই। (প্ৰতীকী ফটো)
3/ 4


চিকিৎসকে জনায় যে সেই লোকজনৰ কোৰোণা টেষ্ট কৰা হোৱা নাই। গতিকে তেওঁৰ মৃত্যু কোৰোণাত হৈছেনে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে লোকজনৰ মৃত্যুৰ পিছতে পৰিয়ালৰ আটাইৰে কোৰোণা টেষ্ট কৰা হয়। নৱ বিবাহিত বোৱাৰীসহ পৰিয়ালৰ ৯জন লোক আক্ৰান্ত হৈছে কোৰোণাত। (প্ৰতীকী ফটো)