Home » photogallery » nation »New Parliament House: 'অত্যাধুনিক' ডিজাইন আৰু প্ৰযুক্তিৰে সজ্জিত দেশৰ নতুন সংসদ ভৱন, চাওক ফটো

New Parliament House: 'অত্যাধুনিক' ডিজাইন আৰু প্ৰযুক্তিৰে সজ্জিত দেশৰ নতুন সংসদ ভৱন, চাওক ফটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ অৰ্থাৎ দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানত সংসদ ভৱনৰ উৎকৃষ্ট কৃতি প্ৰদৰ্শন কৰা হ’ব আৰু ইয়াৰ বহুতো আকৰ্ষণৰ ভিতৰত থাকিব 'চেংগল' নামৰ এক আনুষ্ঠানিক ৰাজদণ্ড।

শেহতীয়া বাতৰি