Home » photogallery » nation »NCB gives clean chit to Aryan Khan: ড্ৰাগছ সেৱনৰ প্ৰমাণ নাই, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক ক্লিনশ্বীট দিলে এনচিবিয়ে

NCB gives clean chit to Aryan Khan: ড্ৰাগছ সেৱনৰ প্ৰমাণ নাই, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক ক্লিনশ্বীট দিলে এনচিবিয়ে

NCB-Aryan Khan: বিলাসবহুল ক্ৰুজত আনসকলৰ সৈতে ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উঠিছিল আৰিয়ানৰ বিৰুদ্ধে। তেওঁক এনচিবিৰ বিষয়াই জেৰা কৰাত সন্তোষজনক উত্তৰ নাপাই গ্ৰেপ্তাৰ কৰিছিল।

শেহতীয়া বাতৰি