Home » photogallery » nation »সুশান্তৰ মৃত্যুৰ তদন্তত নাটকীয় মোৰ, প্ৰেমিকা ৰিয়াৰ একাউণ্টত ট্ৰান্সফাৰ হোৱা নাই টকা!

সুশান্তৰ মৃত্যুৰ তদন্তত নাটকীয় মোৰ, প্ৰেমিকা ৰিয়াৰ একাউণ্টত ট্ৰান্সফাৰ হোৱা নাই টকা!

মুম্বাই আৰক্ষীয়ে জনাইছে যে এই ঘটনাৰ তদন্ত কৰাৰ অধিকাৰ বিহাৰ আৰক্ষীৰ নাই। মুম্বাই আৰক্ষীয়েও বিহাৰৰ আৰক্ষীৰ সৈতে যোগাযোগ ৰাখিয়ে তদন্তৰ কাম চলাই নিছে। মুম্বাই আৰক্ষীয়ে জনাইছে যে তেওঁলোকৰ তদন্ত সঠিক দিশত আগবাঢ়িছে।