তৃণমূল কংগ্ৰেছৰ সাংসদ তথা মোহময়ী অভিনেত্ৰী নুছৰাত জাহানলৈ ১৫ সংখ্যক 'তুমি অন্যান্য বঁটা' প্ৰদান কৰা হৈছে ৷ দেশৰ বাবে চেষ্টাখিনি উজাৰি দিয়াৰ অংগীকাৰ নুছৰাতৰ সংসদৰ 'Excellence in Parliament Affairs'ৰ বাবে আগবঢ়োৱা বঁটাৰ বাবে অত্যন্ত সুখী সাংসদ নুছৰাত । সংসদত মোৰ দক্ষতা চাই আগবঢ়োৱা এই বঁঁটাৰ বাবে মই অত্যন্ত সুুুুখী ৷ ‘মোৰ ৰাইজৰ বাবে, দেশৰ বাবে মই শ্ৰেষ্ঠখিনি কৰিবলৈ চেষ্টা কৰিম’।’ বঁটা গ্ৰহণ কৰি ক'লে নুছৰাতে ৷