Home » photogallery » nation »Modi In Tripura: ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লৈ দিলে তিনিটা উপহাৰ, মোদীয়ে ত্ৰিপুৰাৰ ডাবল বিকাশৰ দিলে প্ৰতিশ্ৰুতি

Modi In Tripura: ত্ৰিপুৰেশ্বৰীৰ আশীৰ্বাদ লৈ দিলে তিনিটা উপহাৰ, মোদীয়ে ত্ৰিপুৰাৰ ডাবল বিকাশৰ দিলে প্ৰতিশ্ৰুতি

Modi In Tripura: টাৰ্মিনেল ভৱনৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ টাৰ্মিনেল ভৱনটো পৰিদৰ্শন কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ উপস্থিত আছিল।