Home » photogallery » nation »মোদী চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্তঃ Corona, Cancer, Diabetic-সহ ৩৯টা জটিল ৰোগৰ ঔষধৰ দাম হ্ৰাস পালে 

মোদী চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্তঃ Corona, Cancer, Diabetic-সহ ৩৯টা জটিল ৰোগৰ ঔষধৰ দাম হ্ৰাস পালে 

কোৰোণা কালত সাধাৰণ মানুহলৈ কিছু সকাহ দিছে মোদী চৰকাৰে। কেন্দ্ৰৰ এই পদক্ষেপৰ ফলত ৩৯ বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম হ্ৰাস পাইছে।