যুৱকজনৰ প্ৰথমগৰাকী পত্নী বেংগালুৰুৰ বাসিন্দা। ছচিয়েল মিডিয়াত চিনাকী হৈ বিয়া হৈছিল যুৱকজনৰ সৈতে। কিন্তু উত্তৰ প্ৰদেশৰ বাসিন্দা দ্বিতীয়গৰাকী পত্নী প্ৰথমা পত্নীৰ সম্পূৰ্ণ বিপৰীত। এগৰাকী আধ্যাত্মিক গুৰুৰ শিষ্য দ্বিতীয়গৰাকী পত্নী। যুৱকজনে গুৰুৰ ভক্ত বুলি পৰিচয় দি দ্বিতীয় পত্নীক গোপনে মন্দিৰত বিয়া কৰাইছিল।