Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 5


ভাতৃ–ভগ্নীৰ সৈতে শুইছিল ১৪ বছৰীয়া কিশোৰীগৰাকী। বেৰ কাটি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বন্দুকৰ ভয় দেখুৱাই বলাৎকাৰ কৰিলে প্ৰতিৱেশী যুৱকে। (প্ৰতীকী ফটো)
2/ 5


এই লজ্জাজনক, ঘৃণনীয় ঘটনাটো সংঘটিত হৈছে গ্ৰেটাৰ নয়দাৰ ৰাবুপুৰা অঞ্চলত। কৃষক পিতৃয়ে কন্যাক ধৰ্ষণৰ অভিযোগ দাখিল কৰিছে গ্ৰেটাৰ নয়দা থানাত। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। (প্ৰতীকী ফটো)
3/ 5


নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে জনাইছে, অভিযুক্ত সেই এলেকাৰে বাসিন্দা। সেইদিনা কন্যাই যেতিয়া নিশা শুই আছিল, সেই সময়তে ঘৰত প্ৰৱেশ কৰি বলাৎকাৰ কৰে। বলাৎকাৰীয়ে লগত এটা দেশীয় বন্দুক লৈ আহিছিল বুলি জনায় কিশোৰীগৰাকীৰ পিতৃয়ে। (প্ৰতীকী ফটো)
4/ 5


আৰক্ষী সূত্ৰে জনা গৈছে, কিশোৰীগৰাকীক বন্দুকৰ ভয় দেখুৱাই বলাৎকাৰ কৰে যুৱকজনে। ইয়াৰ পিছত পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জানিব পাৰি কৰায়ত্ত কৰে বলাৎকাৰীক। (প্ৰতীকী ফটো)