Home » photogallery » nation »PHOTOS: নিৰ্মাণৰ পিছত কেনে দেখা যাব অযোধ্যাৰ ৰাম মন্দিৰ, ন্যাসে মুকলি কৰিলে নতুন ছবি

PHOTOS: নিৰ্মাণৰ পিছত কেনে দেখা যাব অযোধ্যাৰ ৰাম মন্দিৰ, ন্যাসে মুকলি কৰিলে নতুন ছবি

Ram Mandir Ayodhya Photos: ৰামনগৰী অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। মন্দিৰ নিৰ্মাণৰ বাবে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে। মন্দিৰৰ প্ৰতিটো বস্তুৱেই অতি বিশেষ আৰু ভৱিষ্যতৰ কথা ভাবি সজাই তোলা হৈছে। ৰামৰ মন্দিৰত স্থাপন হ’বলগীয়া বিজয় পতাকাখনো ১০ৰ পৰা ১৫ কুইণ্টল ওজনৰ এটা স্তম্ভত স্থাপন কৰা হ’ব। মাটিৰ পৰা ১৬১ ফুট ওখ শিখৰত স্থাপন কৰা হ’ব বিজয়ৰ পতাকা। ইয়াৰ বাহিৰেও বতাহে যাতে মন্দিৰ বা বিজয় পতাকাৰ কোনো ধৰণৰ ক্ষতি নকৰে তাৰ বাবে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হ’ব। ৰাম মন্দিৰ সাজু হ’লে কেনেকুৱা হ’ব, ট্ৰাষ্টৰ হৈ এনিমেচন ইমেজ শ্বেয়াৰ কৰা হৈছে।

শেহতীয়া বাতৰি