Home » photogallery » nation »লোকৰ ঘৰত বাচন ধোৱা কলিতা, দুখীয়া চন্দনাক টিকট দিলে বিজেপিয়ে! সবিশেষ জানক!!

লোকৰ ঘৰত বাচন ধোৱা কলিতা, দুখীয়া চন্দনাক টিকট দিলে বিজেপিয়ে! সবিশেষ জানক!!

West Bengal Assembly Election 2021: ৩২বছৰীয়া কলিতাই লোকৰ ঘৰত বাচন মাজি আছিল, তেতিয়াই তেওঁৰ ফোন বাজিল আৰু কোনোবাই খবৰ দিলে যে তেওঁক আওচগ্ৰামৰপৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচিত কৰা হৈছে। তেওঁ কোনোবাই ধেমালি কৰিবলৈ ফোন কৰা বুলি ভাবি আন এঘৰলৈ বাচন ধুবলৈ গ'ল।

  • |