নাম নথিভুক্তিকৰণ আৰম্ভ হোৱাৰ প্রথম ১০ ঘণ্টাত অন্ততঃ ১০০০ জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে৷ কোভাক্সিনৰ প্ৰথম তথা দ্বিতীয় পর্যায়ৰ হিউমেন ট্রায়েলৰ কাৰণে ICMR–এ এইমছ সহ ১২খন চিকিৎসা প্রতিষ্ঠানক বাচনি কৰিছে। (প্রতীকী ছবি)
3/ 7
প্রথম পর্যায়ত ৩৭৫ জনৰ শৰীৰত এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ’ব। তাৰ মাজত এইমছৰ ১০০জন থাকিব পাৰে। (প্রতীকী ছবি)
4/ 7
এইমছৰ-ৰ কমিউনিটী মেডিচিনৰ অধ্যাপক চিকিৎসক সঞ্জয় ৰায়ে জনায়, যিসকলৰ শৰীৰত আন কোনো ধৰণৰ অসুস্থতা নাই, কোৰোণাত আক্ৰান্ত হোৱা নাই তথা যিসকলৰ বয়স ১৮ৰ পৰা ৫৫ বছৰৰ মাজত, তেওঁলোকৰ শৰীৰত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হ’ব। (প্রতীকী ছবি)