স্বজন–তোষণৰ অভিযোগ আঁতৰ নৌহওঁতেই এইবাৰ ড্ৰাগছ বিতৰ্কত সোমা পৰিছে কৰণ জোহৰ। বলীউদৰ ড্ৰাগছ চক্ৰ ফাদিল হোৱাৰ পিছতে ভাইৰেল হয় কৰণৰ বাসগৃহত বলীউদৰ তাৰকাসকলৰ এক পাৰ্টীৰ ভিডিঅ’। যিটো দেখি সকলোৰে ধাৰণা, সেয়া ড্ৰাগছ পাৰ্টীয়ে আছিল। কাৰণ তাৰকাসকলৰ চকু–মুখৰ অভিব্যক্তি দেখি সেইটোৱে ধাৰণা হৈছিল। সেই পাৰ্টীত আছিল দীপিকা পাডুকণ, বৰুণ ধৱন, মালাইকা আৰোৰা, অৰ্জুন কাপুৰ, ভিকি কৌশল, আলিয়া ভাট, ৰণবীৰ কাপুৰসহ আৰু বহু তাৰকা।