உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »Kangana Ranaut : কংগনা ৰাণাৱট-ৰংগোলী চান্দেল সৰুতে আছিল ইমান মৰমলগা! অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক দেখুৱালে স্কুলীয়া দিনৰ নেদেখা ছবি

    Kangana Ranaut : কংগনা ৰাণাৱট-ৰংগোলী চান্দেল সৰুতে আছিল ইমান মৰমলগা! অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক দেখুৱালে স্কুলীয়া দিনৰ নেদেখা ছবি

    কংগনা ৰাণাৱটে ইনষ্টাগ্ৰাম (Kangana Ranaut Instagram)ত নিজৰ আৰু তেওঁৰ ভগ্নী ৰংগোলী চান্দেলৰ (Rangoli Chandel Childhood Photo) কেইবাখনো শৈশৱৰ ফটো শ্বেয়াৰ কৰিছে। কংগনাৰ (Kangana Ranaut Childhood Photos) এই ছবিবোৰ দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আছে।