ইয়াৰ পিছত কুমাৰ ছানুৱে দ্বিতীয় বিবাহ কৰায় ছালোনি ভট্টাচাৰ্যক। আৰু তেওঁলোকৰ দুজনী কন্যা সন্তানো আছে। জানৰ বাদেও কুমাৰ ছানু আৰু ৰীতাৰ আৰু দুই সন্তান আছে। তেওঁলোক জানতকৈ ডাঙৰ। জন্মৰ পিছৰে পৰা কোনোদিনে পিতৃৰ মৰম পোৱা নাছিল জানে। বিগবছৰ ঘৰত বহুদিন থাকিব লাগিব জান কুমাৰ। এই সময়খিনি মাতৃয়ে অখলে থাকিব। সেয়ে খুব চিন্তাত আছে জান কুমাৰ ছানু। photo source collected