Home » photogallery » nation »Indian Railways: ডাঙৰ খবৰ! গ্ৰীষ্মৰ ছুটীত ৰে'লেৰে ভ্ৰমণ কৰাৰ বাবে 'বিশেষ' অফাৰ ভাৰতীয় ৰে'লৱেৰ! জানি লওক

Indian Railways: ডাঙৰ খবৰ! গ্ৰীষ্মৰ ছুটীত ৰে'লেৰে ভ্ৰমণ কৰাৰ বাবে 'বিশেষ' অফাৰ ভাৰতীয় ৰে'লৱেৰ! জানি লওক

Indian Railways: আন মাহৰ তুলনাত এপ্ৰিল আৰু মে' মাহত যাত্ৰীৰ যাতায়াত বেছি। এই পৰিস্থিতিত ভাৰতীয় ৰে'লৱেই ৯৬খন গ্ৰীষ্মকালীন বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত লৈছে।