কোৰোণাত আক্ৰান্তৰ বাবে ৰেমডিচিভিৰৰ কম মূল্যৰ জেনেৰিক সংস্কৰণ পালেহি ভাৰত। ঔষধ প্ৰস্তুতকাৰী সংস্থা Zydus Cadilaই ‘‘Gilead Sciences Inc antiviral drug remdesivir’ৰ আটাইতকৈ কম মূল্যৰ জেনেৰিক ভাৰতৰ বজাৰত লঞ্চ কৰে। সংবাদ সংস্থা ৰাইটছত প্ৰকাশ পোৱা মতে, এই ঔষধৰ ১০০ মিবিগ্ৰামৰ দাম হ’ব ভাৰতীয় মূল্যত ২৮০০ টকা।