Home » photogallery » nation »ৰূপ সলাইছে কোৰোণাই, সংক্ৰমণৰ নতুন ধৰণ, ভাৰত-ব্ৰিটেইনৰ মাজত বিমান চলাচল বন্ধ

ৰূপ সলাইছে কোৰোণাই, সংক্ৰমণৰ নতুন ধৰণ, ভাৰত-ব্ৰিটেইনৰ মাজত বিমান চলাচল বন্ধ

বিশেষজ্ঞই সতৰ্ক কৰি দিছিল যে,  অন্য ভাইৰাছৰ দৰে কোৰোণা ভাইৰাছেও চৰিত্ৰ সলাব পাৰে। আৰু এই আশংকাই এতিয়া সঁচা পৰিগণিত হ’ল।