உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » nation »India Coronavirus Updates | আশা কঢ়িয়াইছে সুস্থতাৰ হাৰে! ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ২,৮২,৯৭০জন

    India Coronavirus Updates | আশা কঢ়িয়াইছে সুস্থতাৰ হাৰে! ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ২,৮২,৯৭০জন

    India Coronavirus Updates: বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৮২ হাজাৰ ৯৭০জন। সোমবাৰৰ তুলনাত এই হাৰ ১৮.৯ শতাংশ অধিক। সোমবাৰে সংক্ৰমিত হৈছিল ২ লাখ ৫৮ হাজাৰৰো অধিক।