Home » photogallery » nation »Independence Day 2021: স্বাধীনতা দিৱসৰ শুভক্ষণত উভতি চাওঁ আহক স্বাধীনতা আন্দোলনৰ বিখ্যাত ঘটনাসমূহ

Independence Day 2021: স্বাধীনতা দিৱসৰ শুভক্ষণত উভতি চাওঁ আহক স্বাধীনতা আন্দোলনৰ বিখ্যাত ঘটনাসমূহ

জালিয়ানৱালা বাগৰ পৰা ভাৰত ত্যাগ আন্দোলনলৈ, স্বাধীনতা আন্দোলনৰ সেই সকলো গুৰুত্বপূৰ্ণ ঘটনাক্ৰম ৰোমন্থন কৰোঁ আহক যাৰ বাবে সম্ভৱ হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টৰ (August 15, 1947) ঐতিহাসিক দিনটো।