৯০ দশকত তোলপাৰ লগোৱা অভিনেত্ৰী সোণালী বেন্দ্ৰে এতিয়াও অত্যন্ত জনপ্ৰিয়। ২০১৮ চনত অভিনেত্ৰীগৰাকী মেটাষ্টেচিচ কৰ্কট ৰোগত আক্ৰান্ত হয়। কিন্তু হেলাৰঙে কৰ্কট ৰোগক পৰাস্ত কৰি অভিনেত্ৰীগৰাকীয়ে নিজকে আকৌ নতুন ৰূপত পৰিচয় কৰাই দিলে। তেওঁৰ জীৱন যুঁজৰ কাহিনী চিনেমাৰ কাহিনীতকৈ কনো গুণে কম নহয়। আজি বিশ্ব কেঞ্চাৰ দিৱস।