Home » photogallery » nation »PICS: পিতৃ-কন্যাৰ যুটিয়ে বায়ুসেনাত ৰচিলে ইতিহাস, একেলগে উৰুৱালে যুঁজাৰু হক বিমান

PICS: পিতৃ-কন্যাৰ যুটিয়ে বায়ুসেনাত ৰচিলে ইতিহাস, একেলগে উৰুৱালে যুঁজাৰু হক বিমান

Father daughter duo created history in Airforce:ভাৰতীয় বায়ুসেনাৰ ইতিহাসত এটি পিতৃ-কন্যাৰ যুটিয়ে ইতিহাস সৃষ্টি কৰিছে। এয়াৰ কমোডৰ সঞ্জয় আৰু তেওঁৰ কন্যা ফ্লাইং অফিচাৰ অনন্যাই একেটা যুঁজাৰু ফৰ্মেচনতে হক ১৩২ৰ দৰে ডাঙৰ যুঁজাৰু বিমান উৰুৱাই ইতিহাস সৃষ্টি কৰিছে। যুদ্ধ বিমানত স্নাতক হোৱাৰ পূৰ্বে ফ্লাইং অফিচাৰ অনন্যাই প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ভাৰতীয় বায়ুসেনা ষ্টেচনত ৩০ মে’ত হক-১৩২ বিমানেৰে উৰা মাৰিছিল পিতৃ-কন্যাৰ যুটিয়ে। ছবিত এই পিতৃ-কন্যাৰ যুটি দেখি তোমালোকে ৰোমাঞ্চিত হ’ব।