বিয়াৰ খবৰ শুনি হিমাংশ কোহলীয়ে কয়, ‘‘মই জনাই নাছিলো যে নেহাই বিয়া পাতিবলৈ গৈছে। খুব আনন্দিত হৈছো। নেহাই জীৱনত নিজৰ ইচ্ছামতে আগুৱাই যাওক। আচৰিত হৈছো যে মই একোৱে জনা নাছিলো তেওঁলোকৰ প্ৰেম সম্পৰ্কে। এতিয়া আমাৰ মাজত কোনো সম্পৰ্ক নাই। সেয়ে মোক নেহাৰ সৈতে সাঙুৰি একো নোকোৱাই ভাল। নেহা কুশলে থাকক, সেয়াই বিচাৰো।’’ photo source collected