Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 4


‘কন্যাৰ বিবাহৰ বয়স বঢ়োৱাৰ কি দৰকাৰ? ১৫ বছৰ বয়সতে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়।’- এই মন্তব্য মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা সজ্জন সিং বৰ্মাৰ।
2/ 4


মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী সজ্জন বৰ্মাই বুধবাৰে কন্যা সন্তানৰ বিয়াৰ নূন্যতম বয়স বঢ়োৱাৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিবলৈ গৈ এই মন্তব্য কৰে। তেওঁ কয় যে, কন্যাই ১৫ বছৰতেই সন্তান জন্ম দিব পৰা হয়। গতিকে বিয়াৰ বয়স ১৮ৰ পৰা বঢ়াই ২১ কৰাৰ প্ৰয়োজনীয়তা কত?