Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 5


ভয়ংকৰ ঘটনা। হাৰিয়ানাত সংঘটিত হৈছে এই ঘটনা। সন্তানৰ সৈতে নিশা ভাড়াঘৰৰ চাঁদত শুই আছিল এগৰাকী মহিলা। Photo- Representative
2/ 5


কিন্তু হঠাত্ কেইটামান পাষণ্ডই দুৰ্ভগীয়া মহিলাগৰাকীৰক চাঁদৰ পৰা নমাই ভাত-ভৰি বান্ধি এটা ঘৰলৈ লৈ আহে। আৰু মদৰ নিচাত কৰে দলৱদ্ধ বলাৎকাৰ। Photo- Representative
3/ 5


পিছত ঘটনাৰ সম্বন্ধে বেলেগক ক’বলৈ সাহস কৰিব পৰা নাছিল মহিলাগৰাকীয়ে। কিন্তু হঠাত্ শৰীৰিক ভাবে অসুস্থ হৈ পৰাত মহিলাগৰাকীয়ে পিতৃগৃহৰ লোকক ঘটনাৰ বিষয়ে বিৱৰি কয়। গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত মহিলাগৰাকীক এতিয়া হাস্পতালত ভৰ্তি কৰা হৈছে।
4/ 5


মহিলাগৰাকীয়ে জনাই যে, তেওঁৰ যৌনাংগত বিয়েৰৰ বটল সোমোৱাই দিয়ে ধৰ্ষণকাৰীয়ে। আৰু অন্য লোকক ঘটনাৰ বিষয়ে ক’লে, মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ১২ জুলাইৰ দিনা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো।Photo- Representative