Home » photogallery » nation »Priyanka Gandhi in UP: প্ৰিয়ংকা গান্ধীৰ সৈতে এখন চেলফী! শাস্তিৰ সন্মুখীন হ'ব যোগীৰাজ্যৰ মহিলা আৰক্ষী কনিষ্টবল

Priyanka Gandhi in UP: প্ৰিয়ংকা গান্ধীৰ সৈতে এখন চেলফী! শাস্তিৰ সন্মুখীন হ'ব যোগীৰাজ্যৰ মহিলা আৰক্ষী কনিষ্টবল

বুধবাৰে আগ্ৰাৰ নিহত পৰিয়ালক দেখা কৰবলৈ যোৱাৰ পথত লক্ষ্নৌ-আগ্ৰা এক্সপ্ৰেছত প্ৰায় দুঘণ্টা আৱদ্ধ হৈ থাকিবলগীয়া হয় প্ৰিয়ংকা গান্ধীৰ কনভয়।