Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 5


হাতত আৰু মাত্ৰ এদিন। কাইলৈৰ পৰাই বাধ্যতামূলক হ'ব ফাষ্টটেগ চিষ্টেম। চাৰি চকাৰ বা তাতকৈ বেছি চকাৰ গাড়ীত এবাৰ ফাষ্টটেগ নলগালে দুগুণ টোল দিব লাগিব গাড়ীৰ মালিকে।
2/ 5


ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কমেও ৪২৪টা টোল প্লাজাত এই ব্যৱস্থা বলবৎ হৈছে। আগতে গাড়ীত ফাষ্টটেগ নাথাকিলেও নগদ ধনেৰে কাম চলাব পৰা গৈছিল টোল গেটত। কিন্তু এতিয়াৰ পৰা নাথাকিব এই সুবিধা। ফাষ্টটেগ নলগালে দুগুণ টোল দিব লাগিব গাড়ীৰ মালিকে।
3/ 5


আজি এক বিবৃতিৰ জৰিয়তে জনোৱা হৈছে যে, ১৫ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ ফি প্লাজাত ফাষ্টটেগ কাৰ্যকৰী হ'ব।